Type Here to Get Search Results !

সাগৰ

 দেবাংগ সাগৰ ডেকা


বহল বুকুৰে,
      গভীৰ মনেৰে,
ইমান বহল কৈ,
কোনে বাৰু স্ৰজিলে তোমাক।
    তোমাৰ বুকুতে থাকি,
বহু প্ৰানীয়ে আছে জীয়াই।
 তুমি কৰা মানুহক,
                 বহু উপকাৰ,
তোমাৰ তলিৰ পৰা পাওঁ
           মনি - মুকুতা প্ৰবাল।
পিছে খং উঠিলে কিয় কৰা,
                 তুমি ছুনামীৰ সৃষ্টি।
তাৰ পৰা কি লাভ হয়,
                     সাগৰ তোমাৰ।।