Type Here to Get Search Results !

সাহিত্য প্ৰতিভা আৰু পৰিচয়

 মনস্বিনী শৰ্মা


শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বৰ্তমান স্নাতকৰ পঞ্চম স্নামাষিকৰ  ছাত্ৰী।

শিৱসাগৰ ছোৱালী কলেজৰ বাৰ্ষিক যুৱ মহোৎসৱ ২০২১-২২ বৰ্ষঃ
🟢থলিতে লিখা ৰচনা:-প্ৰথম স্থান (বিষয়ঃসাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ প্ৰতি নৱপ্ৰজন্মৰ আসক্তি)
🟢জমা দিয়া ৰচনা:-প্ৰথম স্থান (বিষয়ঃ শিক্ষাব্যৱস্থাৰ ওপৰত ক'ভিড ১৯ ৰ প্ৰভাৱ)
🟢জমা দিয়া গল্প:-প্ৰথম স্থান (বিষয়ঃপ্ৰত্যাশা)
🟢থলিতে লিখা গল্প:-দ্বিতীয় স্থান (বিষয়ঃপ্ৰাচুৰ্যতা)
🟢জমা দিয়া প্ৰৱন্ধ:-তৃতীয় স্থান (বিষয়ঃনাৰী শিক্ষা)
          শ্ৰেষ্ঠ সাহিত্যিক ২০২১-২২ বৰ্ষ।