জীনামণি বৰগোহাঁই দুৱৰা
মহান উদ্দেশ্য লৈ আগুৱাই যাওঁ
জীৱনৰ অতিকৈ জটিল পথত
সুখ-দুখক তুলি লওঁ কান্ধত
ঘাত -প্ৰতিঘাতক লওঁ শিৰত
হঠাতে ভাৰ সহিব নোৱাৰি
বিফলতাৰ গৰাহত পিছলি পৰি
ভাবিছোঁ ভাগ্যৰ পৰিণতি কি ?
জীনামণি বৰগোহাঁই দুৱৰা
'সমলয়' মাহেকীয়া ই-আলোচনী | www.somoloy.org