Type Here to Get Search Results !

সম্পাদকীয়

এই বিশ্ব বহ্মাণ্ডত এনে সকল লোক সুখী-



১) যিজনে বৰ্তমানক গুৰুত্ব দিয়ে অধিক, সকলো ভাল বেয়া পৰিবেশৰ মাজত থাকিলেও কিন্তু বৰ্তমানক সততাৰে উপভোগ কৰে।
২) যি সকল লোকৰ আনৰ সৈতে সম্পৰ্ক ভাল আৰু অকৃত্ৰিম।
৩) যি সকলে সুকৰ্মৰ যোগেদি পাবলৈ আশা কৰে যদিও, উক্ত পোৱা খিনি কেতিয়াবা জীৱনত হেৰুৱাব লগা হলেও এই দুচিন্তাত  ভয়ত জীয়াই নাথাকে।
৪) শিশুৰ সৰলতাৰ তথা কিছু আচৰণৰ লগত নিজক প্ৰস্তুত কৰিব পাৰে তেনে সকল সুখী মানুহ।
৫) আনৰ ভুলক প্ৰয়োজনুসৰী বহল দৃষ্টিকোণেৰে চাই ক্ষমাদান কৰিব পৰা সকল সুখী মানুহ।
৬) বহিমুখী যাত্ৰাৰ দিশত অধিক গুৰুত্ব দিয়াতকৈ অন্তমুখী যাত্ৰাৰে নিজক উন্নিত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখে।
  

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৯/১১/২০২২