জীনামণি বৰগোহাঁই দুৱৰা
আমাৰ এই বাস্তৱ পৃথিৱীখনিত
এজাক বৰষুণৰ বৰ প্ৰয়োজন হৈছে
বৰষুণজাক সেই ডাৱৰৰ পৰা অহা
পানীৰ বৰষুণ নহয়
সচাঁ বন্ধুত্বৰ বৰষুণ
সচাঁ মানৱতাৰ বৰষুণ
সচাঁ প্ৰেমৰ বৰষুণ
আৰু নৈতিক আদৰ্শৰ বৰষুণ।
জীনামণি বৰগোহাঁই দুৱৰা
'সমলয়' মাহেকীয়া ই-আলোচনী | www.somoloy.org