বিপত্তে পৰে নযায় মিত্ৰকি দ্বাৰ
এই সুন্দৰ কথাষাৰি কৈছিল মহাজ্ঞানী সুদামাই।
কৃষ্ণ আৰু সুদামা দুয়ো বন্ধু আছিল। সুদামাই যথেষ্ঠ আৰ্থিক সংকটত দিনবোৰ পাৰ কৰিব লগা হৈছিল যদিও সুখেৰে দিনবোৰ অতিবাহিত কৰিছিল। এবাৰ আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ সুদামাৰ পৰিবাৰে তেওক কলে- স্বয়ং জগত পতি জনেইচোন আপোনাৰ সখা তেনে স্থলত আপুনি তেও ওচৰলে গলেই দেখোন সকলো অভাৱ নিমিষতে দুৰ হয়।
তেতিয়া জ্ঞানী সুদামাই হাঁহি কৈছিল-
'বিপত্তে পৰে নযায় মিত্ৰকি দ্বাৰ'
অৰ্থাৎ আমি যিমান বিপদত পৰো কিন্তু মিতিৰৰ সহায় ভিক্ষা কৰিবলৈ নোযোৱাটোৱে মংগলকৰ। নহলে মিতিৰৰ সুসম্পৰ্কত ঘূণে ধৰা সম্ভাৱনা অধিক থাকে।
অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৫/২/২০২৩