Type Here to Get Search Results !

সম্পাদকীয়

 দুটি বিশেষ শিতান সংযোজন



আগষ্ট-২০২৩ সংখ্যাৰ পৰা আমাৰ সমলয় আলোচনীত বিশেষ ভাৱে দুটি শিতান সংযোজন কৰা হৈছে। ১/ যোগ আৰু স্বাস্থ্য
২/ কেৰিয়াৰ দিহা
স্বাস্থ্যৰ প্ৰতি সজাগতাৰ উদ্দেশ্যৰে 'যোগ আৰু স্বাস্থ্য' শিতানটি নিয়মীয়াকৈ প্ৰচাৰ হ'ব চলিত মাহৰ পৰা। তেনেদৰে বিদ্যাৰ্থী আৰু অভিভাৱক সকল উপকৃত হ'ব পৰাকৈ কেৰিয়াৰ সম্পকীয়  লেখা 'কেৰিয়াৰ দিহা' শিতানটিও প্ৰচাৰ হ'ব নিয়মীয়াকৈ।
  আশাকৰো সকলোৱে  বিশেষ শিতান দুটি আদৰি ল'ব।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৯/৮/২০২৩