Type Here to Get Search Results !

সম্পাদকীয়,

 পাঁচটি শুভ কৰ্মত 'সমলয়' উৎসৰ্গিত…



১) 'সমলয়' মাহেকীয়া ই-আলোচনী-  নিয়মীয়া প্ৰকাশেৰে ভাষা-সাহিত্য, কলা-সংস্কৃতি চৰ্চা, সেৱা আৰু উত্তৰণৰ বাবে উৎসৰ্গিত।
২)'সেউজ সমলয়'- প্ৰকৃতি প্ৰেম, প্ৰকৃতিৰ সংৰক্ষণ, প্ৰকৃতিৰ সংবৰ্দ্ধন, স্বাৱলম্বন,  গছ পুলি ৰোপনেৰে অক্সিজেন যোগান, বায়ু পানী আৰু মাটিৰ প্ৰদূষণ ৰোধ কৰি সকলোৱে বাসপযোগী পৰিৱেশ ৰচনাত উৎসৰ্গিত।
৩) 'এধানি সহায়ৰ হাত সমলয়' - আৰ্থিক সচ্ছলতা আৰু স্বাৱলম্বনৰ বাবে উৎসৰ্গিত।
৪) 'যোগ-আয়ু কেন্দ্ৰ সমলয়'-  স্বাস্থ্য চৰ্চা, যতন আৰু স্বাস্থ্যজনীত সহায়ৰ বাবে উৎসৰ্গিত।
৫)'Somoloy' youtube channel -  প্ৰতি যুৱক-যুৱতীক  কৰ্মক্ষেত্ৰত অনুপ্ৰাণিত হ'ব পৰাকৈ ভিডিঅ প্ৰচাৰ কৰি নৱ-প্ৰজন্মৰ বাবে উৎসৰ্গিত।
সম্পাদক-সমলয়
৪/১১/২০২৩