গীতামণি কলিতা
যোৰহাট
" বাবাটো,, এতিয়া জীৱন গঢ়াৰ সময়,
ধ্বংস কৰাৰ সময় নহয়।
চাই থাকোঁতেই সময় আঙুলিৰ ফাঁকেৰে কেনেকৈ সৰকি যাব গমেই নাপাবি।
গতিকে,, অবাবত ম'বাইল চাই সময় অপব্যয় নকৰিবি।
কাৰণ, শিক্ষাইহে জীৱন গঢ়াৰ ক্ষেত্রত আগুৱাই নিয়াত সহায় কৰিব। "
অৱশেষত,, আইতাকৰ কথা কেইষাৰে নাতিটোক ঔষধৰ দৰে কাম দিলে।
