Type Here to Get Search Results !

মোৰ প্ৰকৃতি আই

 শ্ৰী অনন্যা ডেকা









 হে মোৰ প্ৰকৃতি আই 
  তোমাৰ কোলাত থাকিবলৈ
   দিবানে ঠাই।
       তোমাৰ কোলাত থাকি  
          আই মই কৰি যাম 
               জীৱন সংগ্ৰাম    
 কাল ৰূপ ধৰি তুমি কিয় আই 
   কিয় ? সংহাৰৰ সৃষ্টি কৰা ?
 কিয় জীৱ জন্তুৰ মৃত্যু ঘটোৱা ?