Type Here to Get Search Results !

চাৰিশৰীয়া




চৈয়দা চায়ৰা বেগম
নাজিৰা ৷

ঢাপৰ কেতেকী ফুলে তোমাৰ বতৰা দিলে
ন পানীৰ উলাহত ন কুঁহিয়ে হাহিলে
কৃষ্টিৰ পথাৰত কৃষকৰ কলাজ
জাতিৰ প্ৰাণস্পন্দন আমাৰ ব’হাগ ৷