চৈয়দা চায়ৰা বেগম,
নাজিৰা নগৰ
ঐতিহাসিক ১৮৮৬ চন
আমেৰিকাৰ চিকাগো চহৰ
পোন্ধৰ ঘন্টা কামৰ প্ৰতিবাদত শ্ৰমিকৰ ৰক্তাক্ত সংগ্ৰাম
তাৰেই ফলশ্ৰুতি মে’ দিৱস
বজ্ৰ হাতৰ মুঠিত শ্ৰমিকৰ জীৱন ছন্দ
পুৱাৰ পৰা দিনান্তৰলৈ মাথো নিৰ্মাণ
মাথো নিৰ্মাণ
পথ,সুউচ্ছ অট্টালিকা,
কল-কাৰখানা
পথ নিৰ্মাতা
শ্ৰমিকৰ দুখন হাতত ৷
ৰ’দ বৰষুণ নেউচি
দিন হাজিৰা শ্ৰমিকৰ জীৱন শৈলী ৷