Homeকবিতা কাননসুখৰ মৰীচিকা সুখৰ মৰীচিকা সমলয় June 07, 2026 পৰশ ডেকাতোমাৰ শব্দৰ মূৰ্ছনাত পৰি ,ফাগুনৰ মাতাল জীৱন সূৰভি।তোমাৰ বাবে সেইয়া সৰু কথা,এচাটি যৌৱনৰ সুবাস বিয়পোৱা।বৰনৈৰ পাৰৰ মই গৰখীয়া,হৃদয় খন আমাৰ এনেই চনকা।তুমি কি বুজিবা !তুমি কিনো বুজিবা ! Tags কবিতা কানন Newer Older