Type Here to Get Search Results !

অকতাৰ বাস্তৱ


নাৱাব নাৰ্জী ইছলাম

অকতা বাস্তৱত ধৰ্ম নিৰপেক্ষতা বিল্পুত 
নিৰপেক্ষ‌ আত্মীকতাৰ গন্ধানুভূতিক 
ধৰ্মান্ধতাই মনচকুত পেলাইছে চাহি 
শব্দহীন দুৰ্গন্ধতত হৈছে জলবায়ু বিষাক্ত।