Type Here to Get Search Results !

সোঁৱৰণি


চৈয়দা চায়ৰা বেগম৷
নাজিৰা৷

সোঁৱৰণি গৰিষ্ঠ দুখৰ নৈ
যেন শাওনৰ গোমা আকাশ
ঢল নামিলেই উছন যায় বুকুৰ চাৰিওকাষ
পাৰঘাটতত স্মৃতিৰ পাপৰি
সোঁৱৰণি গৰিষ্ঠ দুখৰ নৈ খনি৷