Type Here to Get Search Results !

সন্মান (অণুগল্প)

 
গীতামণি কলিতা
যোৰহাট            

টকা - পইচাৰ জোৰ, বাহুবলৰ জোৰ , হকে- বিহকে মুখত  অশোভনীয় কথাৰ জোৰ , মানুহক সন্মান কৰিব নজনা ৰমলীহঁত আজি নিজৰ কৰ্মৰ বাবে নিজেই অসন্মানৰ যোগ্য হ'বলগীয়া হ'ল।
          অৱশেষত, সিঁহতৰ কৰ্ম -কাণ্ড দেখি থকা আইতাকে ঘৰৰ আটাইকে মাতি আনি ক'লে -
" যেনে কৰ্ম তেনে ফল, সন্মান দিলেহে সন্মান পাবি ," মনত ৰাখিবি।